প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সমগ্ৰ ব্ৰডগজ নেটৱৰ্কৰ ১০০% বৈদ্যুতিকীকৰণৰ লক্ষ্য পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰীয় ৰে’লৱেক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
11 MAR 2023 4:16PM by PIB Guwahati
সমগ্ৰ ব্ৰডগজ নেটৱৰ্কৰ ১০০% বৈদ্যুতিকীকৰণৰ লক্ষ্য পূৰ্ণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় ৰে'লৱেৰ গোটেই দলটোক প্ৰশংসা কৰে।
কেন্দ্ৰীয় ৰে'লৱেৰ টুইটৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"অতুলনীয় কৃতিত্ব। গোটেই দলটোক প্ৰশংসা।"
******
DS /ST/KG
(ৰিলিজ আই ডি : 1906037)
অতিথি কক্ষ : 153
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam