প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেশবাসীক হোলীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
08 MAR 2023 8:41AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰি সকলোকে মঙ্গল ও সুখ-সমৃদ্ধি কামনা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় -
আপোনালোক সকলোকে হোলীৰ শুভেচ্ছা জনাইছো। আনন্দ আৰু উৎসাহৰ ৰং সদায় আপোনালোকৰ জীৱনত জিলিকি থাকক। আপোনালোক সকলোকে শুভ আৰু ৰঙীন হোলীৰ শুভেচ্ছা জনাইছো!
*****
DS/AK
(ৰিলিজ আই ডি : 1905674)
অতিথি কক্ষ : 130
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam