প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দেশৰ দূৰৱৰ্তী অঞ্চলসমূহত স্বাস্থ্য আন্তঃগাঁথনিৰ যথেষ্ট উন্নতি দেখি আনন্দিত হৈছো: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 06 MAR 2023 8:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ দূৰৱৰ্তী অঞ্চলসমূহত স্বাস্থ্য আন্তঃগাঁথনিৰ ইমান উন্নতি হোৱা দেখি তেওঁ আনন্দিত।

ঝাৰখণ্ডৰ গোড্ডা সমষ্টিৰ সাংসদ ড০ নিশিকান্ত ডুবেৰ এটা টুইটৰ উত্তৰত তেওঁ প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা এইমছ দেওঘৰত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত হোৱা উত্থানৰ বিষয়ে উল্লেখ কৰি শ্ৰী মোদীয়ে টুইট কৰি কয়:

"আজিৰ ৱেবিনাৰত মই স্বাস্থ্য খণ্ডৰ অগ্ৰগতিৰ বিষয়ে কথা পাতিছিলো। দেশৰ দূৰৱৰ্তী অঞ্চলতো স্বাস্থ্য আন্তঃগাঁথনি যথেষ্ট উন্নত হোৱা দেখি খুৱ ভাল লাগিছে আৰু দেওঘৰৰ উত্থানো ইয়াৰ এক উদাহৰণ। "

*****

DS/ST


(रिलीज़ आईडी: 1905672) आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam