প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে বেংগালুৰু দক্ষিণৰ ১০০ তম জনঔষধি কেন্দ্ৰ, নমো ফ্ৰী ডায়েলাইচিছ চেণ্টাৰ আৰু ৪টা ভ্ৰাম্যমাণ স্বাস্থ্য ক্লিনিকৰ শুভাৰম্ভৰ প্ৰশংসা কৰে

পোষ্ট কৰা হৈছে: 08 MAR 2023 8:45AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰু দক্ষিণৰ ১০০ সংখ্যক জনঔষধি কেন্দ্ৰ, নমো ফ্ৰী ডায়েলাইচিছ চেণ্টাৰ আৰু ৪টা ভ্ৰাম্যমাণ স্বাস্থ্য ক্লিনিকৰ শুভাৰম্ভৰ প্ৰশংসা কৰে।

সাংসদ শ্ৰী তেজস্বী সূৰ্যৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়:

"বেংগালুৰুৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব!"

***

DS/AK/MM


(ৰিলিজ আই ডি : 1905347) অতিথি কক্ষ : 140