প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ত্ৰিপুৰাত শপতগ্ৰহণ কৰা ড০ মানিক সাহা আৰু মন্ত্ৰীবৰ্গক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
Posted On:
08 MAR 2023 3:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা ড০ মানিক সাহা আৰু তেওঁৰ মন্ত্ৰীবৰ্গক অভিনন্দন জ্ঞাপন কৰে৷ এই উপলক্ষে অনুষ্ঠানত প্ৰধানমন্ত্ৰী উপস্থিত থাকে৷
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,
"আজি শপতগ্ৰহণ কৰা ড০ মানিক সাহা আৰু তেওঁ সমগ্ৰ টীমটোক অভিনন্দন জনাইছো৷ এই টীমটোৱে নিশ্চিতভাৱে জনতাই পুনৰ প্ৰদান কৰা জনাদেশৰ আশা-আকাংক্ষা পুৰণ কৰিব আৰু ত্ৰিপুৰাৰ উন্নয়নৰ যাত্ৰাত আৰু অধিক গতি প্ৰদান কৰিব৷ তেওঁলোকক প্ৰচেষ্টাৰ প্ৰতি মই শুভেচ্ছা জনালো৷ @DrManikSaha2"
***
DS/AK/DB
(Release ID: 1905217)
Read this release in:
Kannada
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam