প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কহিমাত শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী

Posted On: 07 MAR 2023 8:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী নেইফিউ ৰিঅ’ আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“@Neiphiu ৰিঅ’ আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিলো৷ মোৰ বিশ্বাস যে তৰুণ আৰু অভিজ্ঞতাসম্পন্ন মন্ত্ৰীৰে গঠিৰে গঠিত তেওঁৰ টীমটোৱে নাগালেণ্ডৰ সু-শাসন গতি অব্যাহত ৰখাৰ লগতে জনসাধাৰণৰ আশা-আকাংক্ষা পুৰণ কৰিব৷ তেওঁলোকক মই শুভেচ্ছা জনালো৷”

*****

DS/ST/DB



(Release ID: 1905215) Visitor Counter : 80