প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলত অতিবাহিত কৰা দিনটোৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰে
प्रविष्टि तिथि:
08 MAR 2023 8:38AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলত কটোৱা কালিৰ দিনটোৰ কেইটামান বিশেষ মুহূৰ্তৰ দৃশ্যাংশ শ্বেয়াৰ কৰে, য'ত তেওঁ মেঘালয় আৰু নাগালেণ্ডত নতুন চৰকাৰৰ শপত গ্ৰহণত অংশ গ্ৰহণ কৰাৰ মুহূৰ্ত সংৰক্ষিত হৈছে। তেওঁ আজি ত্ৰিপুৰাৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানতো অংশ গ্ৰহণ কৰিব।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"উত্তৰ-পূবাঞ্চলত কটোৱা কালিৰ বিশেষ দিনটোৰ উল্লেখনীয় মুহূৰ্তচেৰেক। ত্ৰিপুৰাৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আজি তাত উপস্থিত থাকিম"
উত্তৰ-পূবাঞ্চলত কটোৱা কালিৰ বিশেষ দিনটোৰ উল্লেখনীয় মুহূৰ্তচেৰেক। ত্ৰিপুৰাৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আজি তাত উপস্থিত থাকিম। pic.twitter.com/TjDHEktG22
— নৰেন্দ্ৰ মোডী (@narendramodi) মাৰ্চ ৮, ২০২৩
***
DS/AK/KB
(रिलीज़ आईडी: 1905211)
आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam