প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদ-মহেছানা (৬৪.২৭ কিলোমিটাৰ) গজ পৰিৱৰ্তন প্ৰকল্প সম্পূৰ্ণ হোৱাত আনন্দ প্ৰকাশ কৰে
Posted On:
06 MAR 2023 8:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদ-মহেছানা (৬৪.২৭ কিলোমিটাৰ) গজ পৰিৱৰ্তন প্ৰকল্প সম্পূৰ্ণ হোৱাত আনন্দ প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে কয় যে ই বাণিজ্য আৰু সংযোগৰ বাবে উত্তম বিবেচিত হ'ব।
এই প্ৰকল্পটোৱে ৰে'লৰ কাম-কাজ সুশৃংখলিত কৰিব, আহমেদাবাদ আৰু মহেছানাৰ মাজত ভ্ৰমণৰ সময় হ্ৰাস কৰিব আৰু আহমেদাবাদ-দিল্লীৰ মুখ্য পথত মাল বহন ক্ষমতা বৃদ্ধি কৰিব।
ৰে'ল মন্ত্ৰালয়ৰ টুইটৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"বাণিজ্য আৰু সংযোগৰ বাবে মহত্ত্বপূৰ্ণ।"
*************************
DS /ST/KG
(Release ID: 1905034)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam