প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী ইন্দিবৰ দেউৰীৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
08 MAR 2023 8:30AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট পণ্ডিত শ্ৰী ইন্দিবৰ দেউৰীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এটা টুইটত এইদৰে উল্লেখ কৰা হৈছেঃ
"শ্ৰী ইন্দিবৰ দেউৰীজীৰ বিয়োগত মৰ্মাহত হৈছোঁ। সাহিত্য, সংস্কৃতি আৰু শিক্ষাজগতলৈ তেওঁ অতুলনীয় অৱদান আগবঢ়াইছিল। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনাইছোঁ। ওম শান্তিঃ প্ৰধানমন্ত্ৰী @narendramodi"
*************************
DS /AK/KG
(रिलीज़ आईडी: 1905031)
आगंतुक पटल : 240
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam