প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

যাদুই পিটাৰাই শিশুৰ মনক নতুন উদ্যম আৰু ৰঙেৰে ভৰাই তুলিবঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 21 FEB 2023 11:08AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাৰ্নিং-টিচিং মেটেৰিয়েল যাদুই পিটাৰাইৰ মুকলি হোৱাক ভূয়সী প্ৰশংসা কৰিছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ এটা টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"খেল-ধেমালিৰ মাজতে পঢ়াৰ ভৰপূৰ আনন্দ। এই যাদুই পিটাৰাই শিশুৰ মনক নতুন উদ্যম আৰু ৰঙেৰে ভৰাই তুলিব।"

***

DS/TS/MS


(रिलीज़ आईडी: 1901267) आगंतुक पटल : 159
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam