প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মিজোৰামৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 20 FEB 2023 9:11AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"মিজোৰামৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জনাইছোঁ। মিজোৰাম ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, কঠোৰ পৰিশ্ৰমী জনসাধাৰণ আৰু অতুলনীয় মিজো সংস্কৃতিৰ বাবে জনাজাত। অনাগত সময়তো মিজোৰামৰ উন্নতি অব্যাহত থাকক আৰু ৰাজ্যখনৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ হওক।"

 

*************************

DS/ST /KG


(रिलीज़ आईडी: 1901159) आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam