প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জল জীৱন মিচনৰ বাবে নীৰা সাগৰৰ লোকসকলৰ জীৱন সলনি হোৱাক লৈ আনন্দিত প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 16 FEB 2023 10:27AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জল জীৱন মিচনৰ বাবে ধাৰৱাদ লোকসভা সমষ্টিৰ নীৰা সাগৰৰ গাঁওবাসীৰ জীৱনত হোৱা গুণগত পৰিৱৰ্তন হোৱাক লৈ আনন্দ প্ৰকাশ কৰে৷

কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

“নীৰা সাগৰৰ লোকসকলৰ জীৱনত হোৱা গুণগত পৰিৱৰ্তন দেখি আনন্দিত হৈছো৷”

***

DS/ST/DB


(रिलीज़ आईडी: 1900854) आगंतुक पटल : 163
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam