প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জাফনা সাংস্কৃতিক কেন্দ্ৰ ভাৰত আৰু শ্ৰীলংকাৰ মাজত ঘনিষ্ঠ সাংস্কৃতিক সহযোগিতাৰ সূচনা কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
11 FEB 2023 9:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাফনা সাংস্কৃতিক কেন্দ্ৰৰ উচৰ্গাক এক গুৰুত্বপূৰ্ণ পদক্ষেপ আখ্যা দি এই উপলক্ষে ৰাষ্ট্ৰপতি ৰণীল উইক্ৰেমসিংহৰ উপস্থিতি স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০১৫ চনত কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰি সেই বিশেষ ভ্ৰমণৰ কিছু ফটো শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;
"জাফনা সাংস্কৃতিক কেন্দ্ৰ ভাৰত আৰু শ্ৰীলংকাৰ মাজত ঘনিষ্ঠ সাংস্কৃতিক সহযোগিতাৰ সূচনা কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ দ্বাৰা বহুলোক উপকৃত হ'ব। ৰাষ্ট্ৰপতি ৰণীল উইক্ৰেমসিংহৰ কায়িক উপস্থিতিয়ে অনুষ্ঠানটোক আৰু অধিক বিশেষ কৰি তুলিলে।"
২০১৫ চনত জাফনালৈ কৰা বিশেষ ভ্ৰমণৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰো, য’ত জাফনা সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছিলোঁ। আপোনালোকক সেই ভ্ৰমণৰ কিছু আভাস দাঙি ধৰিলো।
***
DS/AK/DB
(रिलीज़ आईडी: 1899083)
आगंतुक पटल : 183
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam