প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দুদিনতে এক নিযুতৰো অধিক সংখ্যক ‘সুকন্যা সমৃদ্ধি একাউণ্ট’ খোলাৰ বাবে ভাৰতৰ ‘ডাক বিভাগ’ক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
11 FEB 2023 9:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনৰ ভিতৰত ১০ লাখতকৈও অধিক সংখ্যক ‘সুকন্যা সমৃদ্ধি একাউণ্ট’ খোলাৰ বাবে ‘ভাৰতৰ ডাক বিভাগ’ক অভিনন্দন জনাইছে। তেওঁ কয় যে এই পদক্ষেপে দেশৰ ছোৱালীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লগতে তেওঁলোকৰ সৱলীকৰণত সহায় কৰিব।
প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ এটা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই কৰা ‘টুইট’ত কয়:
“এই বৃহত্ সাফল্যৰ বাবে @IndiaPostOffice ক বহুত বহুত অভিনন্দন জনাইছো। এই পদক্ষেপে দেশৰ ছোৱালীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লগতে তেওঁলোকৰ সৱলীকৰণত সহায় কৰিব”।
***
DS/AK/KB
(रिलीज़ आईडी: 1898705)
आगंतुक पटल : 163
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam