প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কান্নাড়া ভাষা শিকাৰ সৃজনীশীল পদ্ধতি শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
06 FEB 2023 10:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, যি সদায় অন্যান্য ৰাজ্যৰ ভাষা শিকাৰ প্ৰতি ওকালতি কৰে আৰু মাজে মাজে তেওঁৰ ভাষণৰ আৰম্ভণিতে স্থানীয় ভাষণ শুভেচ্ছা জনায় আৰু এটা দুটা কথা কয়, তেওঁ আজি কান্নাড়া ভাষা শিকাৰ এক আকৰ্ষণীয় পদ্ধতি শ্বেয়াৰ কৰে৷
কিৰণ কুমাৰ এছৰ এক টুইটত কান্নাড়া বৰ্ণমালা শিকাৰ সচিত্ৰ পদ্ধতি শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়,
“আকর্ষণীয় পদ্ধতিতে এটা ভাষা শিকাৰ সৃজনীশীল এক উদ্যোগ, ইয়াত সুন্দৰকৈ কান্নাড়া ভাষা শিকোৱা হৈছে।”
***
DS/DB
(ৰিলিজ আই ডি : 1897675)
অতিথি কক্ষ : 191
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam