প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰসিদ্ধ অধিবক্তা শ্ৰী শান্তি ভূষণৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 31 JAN 2023 9:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰসিদ্ধ অধিবক্তা শ্ৰী শান্তি ভূষণৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"শ্ৰী শান্তি ভূষণজীক আইনী ক্ষেত্ৰত তেওঁৰ অৱদান আৰু দুখীয়াসকলৰহৈ মাত মাতি যোৱাৰ আগ্ৰহৰ বাবে স্মৰণ কৰা হ'ব।তেওঁৰ মৃত্যুত আঘাত পাইছো। তেওঁৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ঔঁম শান্তি।"

***

DS/SH


(रिलीज़ आईडी: 1895986) आगंतुक पटल : 150
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam