প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মাহাত্মা গান্ধীক তেওঁৰ পূন্য তিথিত প্ৰণিপাত প্ৰধানমন্ত্ৰীৰ


আমাৰ দেশৰ প্ৰতি সেৱা আগবঢ়াই শ্বহীদ হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 30 JAN 2023 9:08AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীক তেওঁৰ পূন্য তিথিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ তত্ত্বগধূৰ চিন্তাধাৰাৰ স্মৰণ কৰে৷ শ্ৰী মোদীয়ে লগতে আমাৰ দেশৰ প্ৰতি সেৱা আগবঢ়াই শ্বহীদ হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,

“পূন্য তিথিত মই বাপুৰ প্ৰতি প্ৰণিপাত জনাইছো আৰু তেওঁৰ তত্বগধূৰ চিন্তাধাৰা স্মৰণ কৰিছো৷ মই লগতে আমাৰ দেশৰ প্ৰতি সেৱা আগবঢ়াই শ্বহীদ হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷ তেওঁলোকৰ ত্যাগ অবিস্মৰণীয় আৰু ই এখন উন্নত ভাৰতৰ বাবে কাম কৰাৰ আমাৰ সংকল্পক শক্তিশালী কৰিব৷”

***

DS/ST/DB



(Release ID: 1895985) Visitor Counter : 121