প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আজমেৰ শ্বৰীফ দৰগাহত খোৱাজা মইনুদ্দিন চিষ্টিৰ উৰচত আগবঢ়োৱা চাদৰ অৰ্পণ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 24 JAN 2023 9:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আজমেৰ শ্বৰীফ দৰগাহত খোৱাজা মইনুদ্দিন চিষ্টিৰ উৰচত আগবঢ়োৱা চাদৰ অৰ্পণ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইটত কয়,

“আজমেৰ শ্বৰীফ দৰগাহত খোৱাজা মইনুদ্দিন চিষ্টিৰ উৰচত আগবঢ়োৱা চাদৰ অৰ্পণ কৰিলো৷”

***

DS/SH/DB


(रिलीज़ आईडी: 1894613) आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam