প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মণিপুৰৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 JAN 2023 10:01AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মণিপুৰৰ জনসাধাৰণলৈ ৰাজ্য প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো। যোৱা কেইটামান বছৰত ৰাজ্যখনে ভিন্ন ক্ষেত্ৰত প্ৰগতিৰ পথেৰে বাট বুলিছে। মই মণিপুৰৰ ৰাইজৰ আশা-আকাংক্ষাৰাজি পৰিপূৰণৰ বাবে প্ৰাৰ্থনা আৰু ভাৰতৰ বিকাশৰ পৰিক্ৰমাক যেন ৰাজ্যখনে সুদৃঢ় কৰি থাকে, তাৰেই কামনা কৰিলো।"

***

DS/SH/SB


(रिलीज़ आईडी: 1894426) आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam