প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হিমাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 25 JAN 2023 10:04AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“প্ৰতিষ্ঠা দিৱস উপলক্ষে সমগ্ৰ হিমাচলবাসীক আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো৷ প্রাকৃতিক সৌন্দর্য্যৰে সমৃদ্ধ এইখন ৰাজ্যৰ পৰিশ্রমী লোকসকল সদায় দেশসেৱাত নিয়োজিত হৈ আহিছে। অনাগত দিনত ৰাজ্যবাসী সফলতাৰ নতুন উচ্চতাত উপনীত হওক, তাকে কামনাই কৰিলো।”

***

DS/SH/DB


(रिलीज़ आईडी: 1894418) आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam