প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মেঘালয়ৰ লোকসকলক ৰাজ্যৰ মৰ্যাদা দিৱসত শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 JAN 2023 10:07AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয়ৰ জনসাধাৰণক ৰাজ্যৰ মৰ্যাদা দিৱসউপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

তেওঁৰ এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

"মেঘালয়ৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যৰ মৰ্যাদা দিৱসত আন্তৰিক শুভেচ্ছা জনাইছো। ৰাজ্যখন ইয়াৰ জীৱন্ত সংস্কৃতি, বিশেষকৈ সংগীত, কলা আৰু ক্ৰীড়াৰ প্ৰতি আগ্ৰহৰ বাবে জনাজাত। মেঘালয়ৰ লোকসকলে বিভিন্ন ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰিছে। মই আশা কৰোঁ মেঘালয়ে আগন্তুক বছৰবোৰত অগ্ৰগতি অব্যাহত ৰাখিব। "

***

DS/SH


(रिलीज़ आईडी: 1893537) आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam