প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘ৰাজ্য প্ৰতিষ্ঠা দিৱস’ উপলক্ষে ত্ৰিপুৰাবাসীক শুভকামনা জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 21 JAN 2023 10:02AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ৰাজ্য প্ৰতিষ্ঠা দিৱস’ উপলক্ষে ত্ৰিপুৰাবাসীক শুভকামনা জ্ঞাপন কৰিছে।

এক ‘টুইট’ত প্ৰধানমন্ত্ৰীয়ে কয়;

“ৰাজ্য প্ৰতিষ্ঠা দিৱস’ত ত্ৰিপুৰাবাসীলৈ শুভকামনা জ্ঞাপন কৰিছো। যোৱা পাঁচোটা বছৰৰ প্ৰগতিৰ যাত্ৰাত ত্ৰিপুৰাই বিশেষ সাফল্য লাভ কৰিছে। কৃষিৰ পৰা উদ্যোগলৈ, শিক্ষাৰ পৰা স্বাস্থ্যলৈ ৰাজ্যখনত ভাবিব নোৱাৰা ৰূপান্তৰণ সাধিত হৈছে। আগন্তুক সময়তো এই ধাৰা অব্যাহত থাকক তাকে কামনা কৰিছো”।

 

— Narendra Modi (@narendramodi) January 21, 2023

***

DS/SH/KB


(रिलीज़ आईडी: 1892963) आगंतुक पटल : 178
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam