প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে‘এক্সাম ৱাৰিয়ৰ্ছ’ নামৰ কিতাপখনৰ পৰা পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত অভিভাৱকৰ গঠনমূলক ভূমিকা সম্পৰ্কে এটা আমোদজনক সংকলন শ্বেয়াৰ কৰে

प्रविष्टि तिथि: 19 JAN 2023 2:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এক্সাম ৱাৰিয়ৰ্ছ’ নামৰ কিতাপখনৰ পৰা পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত অভিভাৱকৰ ভূমিকা সম্পৰ্কে এক সংকলন শ্বেয়াৰ কৰিছে।

এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়;

“পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত অভিভাৱকৰ গঠনমূলক ভূমিকা সম্পৰ্কে এটা আকৰ্ষণীয় সংকলন। #ExamWarriors”

***

DS/ST/MS


(रिलीज़ आईडी: 1892956) आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam