প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সেনা দিৱসত সেনা কৰ্মীসকলক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
15 JAN 2023 9:19AM by PIB Guwahati
সেনা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো সেনা জোৱান, প্ৰাক্তন সেনা কৰ্মী আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"সেনা দিৱসত মই সকলো সেনা জোৱান, প্ৰাক্তন সেনা কৰ্মী আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সেনাকৰ্মীসকলক লৈ প্ৰতিজন ভাৰতীয় গৌৰৱান্বিত আৰু আমাৰ সৈনিকসকলৰ প্ৰতি আমি সদায় কৃতজ্ঞ হৈ থাকিম। তেওঁলোকে সদায়ে আমাৰ দেশক সুৰক্ষিত কৰি ৰাখিছে আৰু সংকটৰ সময়ত তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবে ব্যাপকভাৱে প্ৰশংসিত হৈছে।"
***
DS/SH/KG
(रिलीज़ आईडी: 1891710)
आगंतुक पटल : 195
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam