প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে পোংগল উপলক্ষে দেশবাসী, বিশেষকৈ তামিল জনসাধাৰণক শুভকামনা জনায়

प्रविष्टि तिथि: 15 JAN 2023 9:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পোংগল উপলক্ষে দেশবাসীক, বিশেষকৈ তামিল জনসাধাৰণক শুভকামনা জনাইছে।

নিজৰ এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

"সকলোকে, বিশেষকৈ বিশ্বজুৰি থকা তামিল জনসাধাৰণক পোংগলৰ আন্তৰিক শুভকামনা। এই উৎসৱে আমাৰ জীৱনলৈ আনন্দ আৰু উত্তম স্বাস্থ্য আনক।"

***

DS/SH


(रिलीज़ आईडी: 1891372) आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam