প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পিথোৰাগড়ৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা পে চৰ্চাত গীত পৰিবেশনৰ ভিডিঅ’ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 11 JAN 2023 6:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষ পে চৰ্চাত কেন্দ্ৰীয় বিদ্যালয়, পিথোৰাগড়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা এটি গীত শ্বেয়াৰ কৰিছে।

কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ এটা টুইট ৰিটুইট কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“অতি উত্তম! ছাত্ৰ-ছাত্ৰীসকলৰ এই অনুভৱে পৰীক্ষাৰ উৎসৱত নতুন ৰং ভৰাই তুলিব, ই তেওঁলোকক উৎসাহিত কৰিব।”

 

***

DS/TS/SB


(रिलीज़ आईडी: 1890558) आगंतुक पटल : 183
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Telugu , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Malayalam