প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ড উৎসৱৰ আভাস ভাগ বতৰা কৰে

प्रविष्टि तिथि: 08 JAN 2023 5:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ড উৎসৱৰ আভাস ভাগ-বতৰা কৰিছে।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৰ এটা টুইট থ্ৰেড শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"এক আনন্দময় অভিজ্ঞতা যেন লাগিছে, অৰুণাচল প্ৰদেশ অন্বেষণ কৰাৰ ই এক অনন্য সুযোগ।"

 

***

DS/TS/KG


(रिलीज़ आईडी: 1889688) आगंतुक पटल : 214
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam