পোষ্ট কৰা হৈছে:
07 JAN 2023 2:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ জনসাধাৰণক কাংলা নংপোক থং মুকলি কৰাৰ শুভেচ্ছা জ্ঞাপন কৰে।
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"মণিপুৰলৈ অভিনন্দন! সমগ্ৰ ৰাজ্যতে শান্তি, সমৃদ্ধি আৰু সুখৰ মনোভাৱ বৃদ্ধি পাওক। "
***
DS/ VJ/IG/AK