প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মণিপুৰৰ লোকসকলক কাংলা নংপোক থং মুকলি কৰাৰ বাবে অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
07 JAN 2023 2:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ জনসাধাৰণক কাংলা নংপোক থং মুকলি কৰাৰ শুভেচ্ছা জ্ঞাপন কৰে।
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"মণিপুৰলৈ অভিনন্দন! সমগ্ৰ ৰাজ্যতে শান্তি, সমৃদ্ধি আৰু সুখৰ মনোভাৱ বৃদ্ধি পাওক। "
***
DS/ VJ/IG/AK
(रिलीज़ आईडी: 1889655)
आगंतुक पटल : 191
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam