প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চলিত বৰ্ষৰ‘পৰীক্ষা পে চৰ্চা’ৰ বাবে দিহা-পৰামৰ্শৰ আহ্বানপ্ৰধানমন্ত্ৰীৰ

Posted On: 05 JAN 2023 10:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে বিশেষকৈ পৰীক্ষাৰ বাবে সাজু হোৱাশিক্ষাৰ্থী তথা তেওঁলোকৰঅভিভাৱক আৰু শিক্ষকসকলক চলিত বৰ্ষৰ পৰীক্ষ পে চৰ্চাৰ বাবেনিজৰ নিজৰ দিহা-পৰামৰ্শ শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে,

"পৰীক্ষা পে চৰ্চাক আৰু অধিক স্মৰণীয় কৰি তুলিছে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা লাভ কৰা বিভিন্ন দিহা-পৰামৰ্শসমূহে। আপোনালোক সকলোকে, বিশেষকৈ #ExamWarriors, অভিভাৱক আৰু শিক্ষকসকলক এইবাৰৰ পৰীক্ষা পে চৰ্চাৰ বাবে নিজৰ নিজৰ দিহা-পৰামৰ্শ শ্বেয়াৰ কৰিবলৈ আমন্ত্ৰণ জনাইছো।#PPC2023 innovateindia.mygov.in/ppc-2023/ "

***

DS/AK/MS



(Release ID: 1889101) Visitor Counter : 104