প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পৰীক্ষা পে চৰ্চা মত-বিনিময়ত সকলোকে অংশগ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 04 JAN 2023 9:39PM by PIB Guwahati

এই বৰ্ষৰ পৰীক্ষা পে চৰ্চাৰ তাৰিখ আজি ঘোষণা হোৱাত প্ৰধানমন্ত্ৰীয়ে সকলোকে এই অনন্য মত-বিনিময় কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

"পৰীক্ষা পে চৰ্চা এক অন্যতম অতিশয় ৰোমাঞ্চকৰ কাৰ্য্যক্ৰম, যিয়ে পৰীক্ষাক চাপ-মুক্তকৰণৰ উপায় সম্পৰ্কে আলোচনাৰ সুযোগ আৰু আমাৰ #ExamWarriors সকলক সকাহ প্ৰদান কৰিছে। মই চলিত মাহৰ ২৭ তাৰিখৰ কাৰ্য্যসূচীৰ বাবে আগ্ৰহী হৈ উঠিছো আৰু আপোনালোক সকলোকে এই অনন্য মত-বিনিময় কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। #PPC2023"

 

***

DS/AK/SB


(रिलीज़ आईडी: 1888922) आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Telugu , Kannada , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Malayalam