প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২২ ৰ ডিচেম্বৰত ভাৰতে ₹১২.৮ লাখ কোটি মূল্যৰ ৭৮২ কোটি ইউপিআই লেন-দেনৰ মাইলৰ খুঁটিত উপনীত হোৱাত ইউপিআই পেমেন্টৰ বৰ্ধিত জনপ্ৰিয়তাত সন্তোষ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
ডিজিটেল পেমেন্টক আদৰি লোৱাৰ বাবে ভাৰতীয়সকলক শলাগ
प्रविष्टि तिथि:
02 JAN 2023 9:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ ৰ ডিচেম্বৰত ভাৰতে ₹১২.৮ লাখ কোটি মূল্যৰ ৭৮২ কোটি ইউপিআই লেন-দেনৰ মাইলৰ খুঁটিত উপনীত হোৱাত ডিজিটেল পেমেন্টক আদৰি লোৱাৰ বাবে ভাৰতীয়সকলৰ শলাগ লয়।
এজন ফিনটেক বিশেষজ্ঞৰ টুইট থ্ৰেড শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“ইউপিআইৰ বৰ্ধিত জনপ্ৰিয়তাৰ অৰ্থে আপোনাৰ প্ৰয়াস প্ৰত্যক্ষ কৰি মোৰ ভাল লাগিছে। ডিজিটেল পেমেন্টক আদৰি লোৱাৰ বাবে ভাৰতীয়সকলৰ শলাগ লৈছো! তেওঁলোকে টেক আৰু উদ্ভাৱনৰ প্ৰতি লক্ষণীয় অভিযোজন ক্ষমতা প্ৰদৰ্শন কৰিছে।“
***
DS/TS/SB
(रिलीज़ आईडी: 1888914)
आगंतुक पटल : 159
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Tamil
,
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Gujarati
,
Odia
,
Telugu
,
Malayalam