প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ বাবে লুইজ ইনাচিও লুলা দা চিলভাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
02 JAN 2023 7:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে লুইজ ইনাচিও লুলা দা চিলভাক আজি অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,
"ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ বাবে লুইজ ইনাচিও লুলা দা চিলভাক আন্তৰিক অভিনন্দন জনাইছো। মই তেওঁৰ তৃতীয় কাৰ্যকালটোওসাফল্যমণ্ডিত হোৱাৰ কামনা কৰিছো আৰু ভাৰত-ব্ৰাজিল কৌশলগত অংশীদাৰীত্ব শক্তিশালী কৰাৰ বাবে তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ বাবে মই আশাবাদী।
***
DS/TS
(ৰিলিজ আই ডি : 1888488)
অতিথি কক্ষ : 177
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam