প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২০২২ ত চোৰাং চিকাৰ শূন্যৰ ঘটনাক লৈ অসমৰ ৰাইজৰ গঁড় সংৰক্ষণৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 03 JAN 2023 3:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ ত চোৰাং চিকাৰ শূন্যৰ ঘটনাক লৈ অসমত গঁড় সংৰক্ষণৰ অৰ্থে ৰাজ্যবাসীৰ প্ৰয়াসক প্ৰশংসা কৰিছে।

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“এয়া বৰ ভাল খবৰ! গঁড় সুৰক্ষাৰ নিদৰ্শন দাঙি ধৰা আৰু অতিশয় সক্ৰিয় প্ৰচেষ্টা গ্ৰহণ কৰা অসমৰ জনসাধাৰণক অভিনন্দন জনালো।”

***

DS/TS/SB



(Release ID: 1888350) Visitor Counter : 140