প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পোপ এমেৰিটাছ ষোড়শ বেনেডিক্টৰ প্ৰয়াণত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
31 DEC 2022 6:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পোপ এমেৰিটাছ ষোড়শ বেনেডিক্টৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“গীৰ্জা আৰু ঈশ্বৰ খ্ৰীষ্টৰ শিক্ষাৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰা পোপ এমেৰিটাছ ষোড়শ বেনেডিক্টৰ দেহাৱসানত মৰ্মাহত হৈছো। সমাজৰ প্ৰতি আগবঢ়োৱা সমৃদ্ধ সেৱাৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব। তেওঁৰ মৃত্যুত ব্যথিত বিশ্বৰ লক্ষ-লক্ষ লোকলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলো।”
***
DS/TS/SB
(रिलीज़ आईडी: 1888280)
आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam