প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰবীণ আমোলা ড° মঞ্জুলা সুব্ৰমণিয়ামৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 01 JAN 2023 9:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ আমোলা ড° মঞ্জুলা সুব্ৰমণিয়ামৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়;

"প্ৰবীণ আমোলা ড° মঞ্জুলা সুব্ৰমণিয়াম জীৰ মৃত্যুত ব্যথিত হৈছো। নীতি সম্পৰ্কীয় বিষয়সমূহৰ বুজাবুজি আৰু কাৰ্য্যমুখী দৃষ্টিভংগীৰ বাবে তেওঁক বহুলভাৱে সন্মান জনোৱা হৈছিল। মই মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত তেওঁৰ সৈতে হোৱা যোগাযোগৰ কথা মনত পেলাইছো। তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি।"

 

***

DS/ST/MS


(ৰিলিজ আই ডি : 1888261) অতিথি কক্ষ : 173