প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰখ্যাত গমক শিল্পী আৰু পদ্মশ্রী পুৰস্কাৰপ্রাপক এইচ. আৰ. কেশৱ মূর্তিৰ বিয়োগত প্রধানমন্ত্রীৰ শোক

Posted On: 21 DEC 2022 11:05PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে প্ৰখ্যাত গমক শিল্পী আৰু পদ্মশ্রী পুৰস্কাৰপ্ৰাপক এইচ. আৰ. কেশৱ মূর্তিৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটযোগে এক শোকবাৰ্তাত প্রধানমন্ত্রীয়ে কয়;

“গমকক জনপ্রিয় কৰি তোলাৰ প্রয়াসৰ লগতে কর্ণাটকৰ অনন্য সংস্কৃতি উদযাপনৰ বাবে আমি শ্রী এইচ. আৰ. কেশৱ মূর্তিক সদায় মনত ৰাখিম। বহু শিক্ষাৰ্থীক অনুপ্রাণিত কৰাৰ বাবে তেওঁ চিৰদিন স্মৰণীয় হৈ থাকিব৷ তেওঁৰ মৃত্যুত দুঃখিত হৈছো। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনাইছো। ঔম শান্তি।”

***

DS/ST/DB



(Release ID: 1887701) Visitor Counter : 74