প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্মদিন উপলক্ষে অটল বিহাৰী বাজপায়ীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 25 DEC 2022 8:47AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মদিন উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে অটল বিহাৰী বাজপায়ীক লৈ নিজৰ ভাৱনাও ব্যক্ত কৰে।

এটা টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"জন্মদিন উপলক্ষে অটলজীলৈ শ্ৰদ্ধা নিবেদন কৰিছো। তেখেতে ভাৰতলৈ আগবঢ়োৱা অৱদান চিৰস্মৰণীয় হৈ ৰ’ব। তেখেতৰ নেতৃত্ব আৰু দৃষ্টিয়ে লাখ-লাখ লোকক প্ৰেৰণা যোগায়।"

***

DS/ST/SB


(रिलीज़ आईडी: 1886649) आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada