প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সংসদত দুপৰীয়া বাজৰাৰ ব্যঞ্জনৰ সোৱাদ ল’লে প্ৰধানমন্ত্ৰী আৰু আন-আন নেতাসকলে

Posted On: 20 DEC 2022 6:04PM by PIB Guwahati

ভাৰতে ২০২৩ ক আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ হিচাপে উদযাপন কৰিবলৈ আগবঢ়াৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন-আন নেতাসকলৰ সৈতে সংসদত দুপৰীয়া বাজৰাৰ ব্যঞ্জনৰ সোৱাদ লয়।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"আমি ২০২৩ ক আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ হিচাপে উদযাপনৰ অৰ্থে প্ৰস্তুতি চলোৱাৰ সময়তে সংসদত দুপৰীয়া বাজৰাৰ ব্যঞ্জনৰ সোৱাদ লওঁ। এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সকলো দলৰে অংশগ্ৰহণ প্ৰত্যক্ষ কৰি ভাল পাইছো।"

***

DS/SH/SB



(Release ID: 1885968) Visitor Counter : 100