প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে নাইক (অৱসৰপ্ৰাপ্ত) ভৈৰোঁ সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰে

प्रविष्टि तिथि: 19 DEC 2022 4:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাইক(অৱসৰপ্ৰাপ্ত)ভৈৰোঁ সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"নাইক(অৱসৰপ্ৰাপ্ত)ভৈৰোঁ সিং জীক আমাৰ দেশৰ প্ৰতি তেওঁৰ সেৱাৰ বাবে সদায় স্মৰণ কৰা হ'ব। তেওঁ আমাৰ দেশৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সময়ত যথেষ্ট সাহস দেখুৱাইছিল। তেওঁৰ মৃত্যুত আমি ব্যথিত। এই দুখৰ সময়ত মোৰ সমবেদনা তেওঁৰ পৰিয়ালৰ সৈতে আছে। ওম শান্তি।"

***

DS/SH/MS


(रिलीज़ आईडी: 1885089) आगंतुक पटल : 129
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam