প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজস্থানৰ যোধপুৰত সংঘটিত মৰ্মান্তিক চিলিণ্ডাৰ বিস্ফোৰণৰ পিছত পিএমএনআৰএফৰপৰা এক্স-গ্ৰেচিয়া ঘোষণা প্ৰধানমন্ত্ৰীৰ

Posted On: 16 DEC 2022 6:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ যোধপুৰত সংঘটিত মৰ্মান্তিক চিলিণ্ডাৰ বিস্ফোৰণত নিহত প্ৰতিগৰাকীৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকা আৰু আহতসকললৈ ৫০,০০০ টকাৰ এক্স-গ্ৰেচিয়া ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ যোধপুৰত সংঘটিত মৰ্মান্তিক চিলিণ্ডাৰ বিস্ফোৰণত নিহত প্ৰতিগৰাকীৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাৰ এক্স-গ্ৰেচিয়া ঘোষণা কৰিছে। আহতসকললৈ ৫০,০০০ টকাকৈ আগবঢ়োৱা হ’ব।”

 

***

DS/TS/SB



(Release ID: 1885080) Visitor Counter : 89