প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত মাহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি প্ৰত্যক্ষ কৰি প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱ বোধ কৰে: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
15 DEC 2022 8:10PM by PIB Guwahati
ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত মাহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি প্ৰত্যক্ষ কৰি প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱ বোধ কৰে বুলি অভিমত ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
ৰাষ্ট্ৰসংঘৰ সচিব-প্ৰধান এণ্টনিঅ’ গুটাৰেছৰ এটি ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;
“ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত মাহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি প্ৰত্যক্ষ কৰা কথাই প্ৰতিগৰাকী ভাৰতীয়কে গৌৰৱান্বিত কৰে। গান্ধীৰ চিন্তা আৰু আদৰ্শই আমাৰ গ্ৰহটোক অধিক সমৃদ্ধ আৰু বহণক্ষম উন্নয়ণৰ বাবে উপযোগী কৰি তোলক”।
***
DS/SH/KB
(रिलीज़ आईडी: 1884056)
आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam