প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিজয় দিৱসৰ প্ৰাকমুহূৰ্তত আৰ্মী হাউছৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 15 DEC 2022 8:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজয় দিৱসৰ প্ৰাকক্ষণত আৰ্মি হাউচত ‘এট হোম’ শীৰ্ষক অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়,“বিজয় দিৱসৰ প্ৰাকক্ষণতআৰ্মি হাউচত ‘এট হোম’ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰো। ১৯৭১ চনৰ যুদ্ধত জয়লাভ কৰা আমাৰ সশস্ত্ৰ বাহিনীৰ বীৰত্ব ভাৰতে কেতিয়াও পাহৰিব নোৱাৰে।”

 

***

DS/SH/MS


(रिलीज़ आईडी: 1884054) आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam