প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়‌িত্ৰীসকলক ২০২৩ৰ পৰীক্ষা পে চৰ্চা সংক্ৰান্তীয় কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 30 NOV 2022 4:37PM by PIB Guwahati

শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়‌িত্ৰীসকলক ২০২৩ৰ পৰীক্ষা পে চৰ্চা সংক্ৰান্তীয় কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়েপ্ৰধানমন্ত্ৰীয়ে আমাৰ শিক্ষাৰ্থীসকলৰ বাবে এক চাপমুক্ত পৰিৱেশ গঢ়ি তোলাৰ দিশত সামূহিকভাৱে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

শিক্ষা মন্ত্ৰালয়ৰ এটা টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"মই পৰীক্ষা পে চৰ্চা ২০২৩ সংক্ৰান্তীয় নানান আকৰ্ষণীয় কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়‌িত্ৰীসকলক আহ্বান জনাইছোঁ। আহক আমি আমাৰ শিক্ষাৰ্থীসকলৰ বাবে এক চাপমুক্ত পৰিৱেশ সৃষ্টি কৰাৰ দিশত সামূহিকভাৱে কাম কৰোঁ। #PPC2023"

***

DS/TS/KG


(रिलीज़ आईडी: 1880735) आगंतुक पटल : 179
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Kannada , Bengali , English , Gujarati , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Odia , Tamil , Malayalam