প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী গুৰু তেগ বাহাদুৰজীৰ শ্বহীদ দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
28 NOV 2022 11:34AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু তেগ বাহাদুৰজীৰ শ্বহীদ দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"শ্বহীদ দিৱসত মই শ্ৰী গুৰু তেগ বাহাদুৰজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। নীতি আৰু আদৰ্শৰ প্ৰতি সাহস আৰু অটল অংগীকাৰৰ বাবে তেওঁক বিশ্বজুৰি প্ৰশংসা কৰা হয়। অত্যাচাৰ আৰু অন্যায়ৰ সন্মুখত তেওঁ কেতিয়াও শিৰনত কৰা নাছিল। তেওঁৰ শিক্ষাই আজিও আমাক অনুপ্ৰাণিত কৰি আহিছে।"
***
DS/ST/KG
(रिलीज़ आईडी: 1879711)
आगंतुक पटल : 197
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam