তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰসাৰ ভাৰতীৰ চিইঅ’ নিযুক্ত শ্ৰী গৌৰৱ দ্বিৱেদী

प्रविष्टि तिथि: 14 NOV 2022 3:28PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আজি বাছনি সমিতিৰ যথাযথ পৰামৰ্শৰ অন্তত শ্ৰীযুত গৌৰৱ দ্বিৱেদীক প্ৰসাৰ ভাৰতীৰ কাৰ্যবাহী সদস্য (মুখ্য কাৰ্যবাহী বিষয়া) হিচাপে পাঁচ বছৰৰ বাবে নিযুক্তি দিয়ে।

শ্ৰী দ্বিৱেদী ভাৰতীয় প্ৰশাসনিক সেৱাৰ চত্তীশগড় কেডাৰৰ ১৯৯৫ বেটচৰ এজন বিষয়া।

******

Saurabh Singh


(रिलीज़ आईडी: 1876673) आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam