প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আচাৰ্য কৃপালানীৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপনপ্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
11 NOV 2022 9:58AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আচাৰ্য কৃপালানীৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
তেওঁৰ এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"আচাৰ্য কৃপালানীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি। আমাৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অতুলনীয় অৱদানৰ বাবে তেওঁক ব্যাপকভাৱে সন্মান কৰা হয়। তেওঁ এজন সাংসদ হিচাপে নিজৰ এক শক্তিশালী পৰিচয় প্ৰস্তুত কৰিছিল। শিক্ষা আৰু সমাজ সেৱাৰ প্ৰতি সমৰ্পণৰ ক্ষেত্ৰততেওঁৰ অৱদানো লক্ষণীয়।"
***
DS/SH
(रिलीज़ आईडी: 1875743)
आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam