প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰাখণ্ডৰ প্রতিষ্ঠা দিৱসত সেই ৰাজ্যৰ জনগণক শুভেচ্ছা প্রধানমন্ত্রীৰ

प्रविष्टि तिथि: 09 NOV 2022 10:03AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে উত্তৰাখণ্ডৰ প্রতিষ্ঠা দিৱস উপলক্ষে সেই ৰাজ্যৰ জনগণক শুভেচ্ছা জনাইছে।

এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কয়;

“প্রতিষ্ঠা দিৱসত উত্তৰাখণ্ডৰ জনগণক শুভেচ্ছা। এইখন হ'ল এনে এখন ৰাজ্য যি প্রকৃতি আৰু আধ্যাত্মিকতাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এই ৰাজ্যৰ জনগণে বিভিন্ন ক্ষেত্রত দেশ নির্মাণতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। অনাগত দিনতো উত্তৰাখণ্ডৰ উন্নয়ন অব্যাহত থাকক এই কামনা কৰো।”

***

DS/SH


(रिलीज़ आईडी: 1874904) आगंतुक पटल : 132
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam