প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কাশীত তামিল অভিনেতা বিশালৰ সুন্দৰ অভিজ্ঞতাৰ প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 02 NOV 2022 10:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশীত তামিল অভিনেতা বিশালৰ সুন্দৰ অভিজ্ঞতাৰ প্ৰশংসা কৰে৷

অভিনেতাগৰাকীৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

“জানি আনন্দিত যে কাশীত আপুনি এক সুন্দৰ অভিজ্ঞতা অৰ্জন কৰিলে৷”

***

DS/ST/DB


(रिलीज़ आईडी: 1874022) आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam