প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ১০৬ বছৰীয়া শ্যাম চৰণ নেগীক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
02 NOV 2022 10:08PM by PIB Guwahati
জীৱনত ৩৪ সংখ্যক বাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ১০৬ বছৰ বয়সীয়া শ্যাম চৰণ নেগীক ভূয়সী প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়:
“এয়া নিতান্তই প্ৰশংসনীয় কাৰ্য আৰু আমাৰ গণতান্ত্ৰক শক্তিসমৃদ্ধ কৰিবলৈ নিৰ্বাচনসমূহত অংশগ্ৰহণ কৰাৰ বাবে আমাৰ নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগাব পৰা এক নিদৰ্শনো।”
***
DS/ST/KB
(रिलीज़ आईडी: 1873376)
आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
Tamil
,
Kannada
,
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu