প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশিষ্ট অসমীয়া অভিনেতা নিপন গোস্বামীৰ প্রয়াণত শোক প্রকাশ প্রধানমন্ত্রীৰ
পোষ্ট কৰা হৈছে:
27 OCT 2022 1:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট অসমীয়া অভিনেতা নিপন গোস্বামীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
"অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ অগ্ৰণী অৱদান আগবঢ়োৱা শ্ৰী নিপন গোস্বামীৰ বিয়োগত মৰ্মাহত হৈছো। তেওঁৰ বৈচিত্ৰময় কৰ্মৰাজিক চলচ্চিত্ৰপ্ৰেমীয়ে স্মৰণ কৰিব। তেওঁৰ পৰিয়াল আৰু প্ৰশংসকসকললৈ সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি: প্ৰধানমন্ত্ৰী @narendramodi"
**********
DS/ST
(ৰিলিজ আই ডি : 1871358)
অতিথি কক্ষ : 168
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam